PM Shri Yojana 2022 in Assamese ৰ সুবিধা, হিতাধিকাৰী, আবেদন পত্ৰ, তালিকা, অৱস্থা, নথি-পত্ৰ, অনলাইন পৰ্টেল, মৌলিক ৱেবছাইট, টোল ফ্ৰী হেল্পলাইন নম্বৰ (PM SHRI Yojana 2022 in Assamese full form Benefits, beneficiaries, application form, registration, eligibility criteria, list, status, official website, portal, documents, helpline number all details in Assamese)
ভাৰতীয় শিক্ষা ব্যৱস্থাক আৰু উন্নত আৰু প্ৰগতিশীল কৰাৰ বাবে মাননীয় নৰেন্দ্ৰ মোডীৰ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে এক নতুন অভিলাসী আঁচনি। এই আঁচনি খনৰ নাম Prime Minister SHRI Yojana । এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে পুৰণি বিদ্যালয়সমূহক নতুন ৰূপত গঢ়ি তোলাৰ লক্ষ্য হাতত লৈছে। ইয়াৰ বাহিৰেও এই আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক Smart Education ৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰাৰ লক্ষ্য হাতত লৈছে।
২০২২ চনৰ ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দৰে এটা মহান দিনত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়াই #twitter ৰ যোগে এই আঁচনি ঘোষণা কৰিছে । Prime Minister Shri Yojana 2022 ৰ অধীনত আমাৰ দেশৰ বহু অনুন্নত বিদ্যালয়ক উন্নত পৰ্যায়লৈ নিয়াৰ চেষ্টা কৰা হবযাতে ছাত্ৰ-ছাত্ৰীয়ে উন্নত শিক্ষা লাভ কৰিব পাৰে । এই Post টোত আমি আপোনালোকক “PM Shri Yojana 2022 in Assamese কি” সম্পৰ্কে সম্পূৰ্ণ তথ্য বিতংভাৱে দিছো , আশা কৰিছো শেষলৈকে পঢ়িব।
Table of Contents
PM Shri Yojana 2022 in Assamese
আঁচনিৰ নাম: পি এম শ্ৰী যোজনা
ঘোষণা: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া
ঘোষিত তাৰিখঃ ৫ ছেপ্টেম্বৰ ২০২২ তাৰিখে শিক্ষক দিৱসত
উদ্দেশ্যঃ ভাৰতৰ পুৰণি বিদ্যালয়সমূহৰ উন্নীতকৰণ
বছৰ: ২০২২ চন
অফিচিয়েল ৱেবছাইট: N/A
হেল্পলাইন নম্বৰ: N/A
What is PM Shri Yojana 2022 in Assamese
২০২২ চনৰ ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দৰে এটা মহান দিনত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়াই #twitter ৰ যোগে PM Shri Yojana 2022 ঘোষণা কৰিছে । এই আঁচনিৰ অধীনত ভাৰত চৰকাৰে আমাৰ দেশৰ প্ৰায় ১৪৫০০ খন পুৰণি বিদ্যালয়ৰ উন্নীতকৰণ কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলক Smart Education ৰ সৈতে সংযোগ কৰিব ।
এই আঁচনিৰ অধীনত চৰকাৰে বিদ্যালয়সমূহত উন্নত শিক্ষা প্ৰদানৰ বাবে প্ৰচেষ্টা চলাব এটা বিদ্যায়তনিক বাতাবৰণ গঢ়ি তোলা হব, যাৰ অধীনত চৰকাৰে Latest Technology, স্মাৰ্ট ক্লাছ, ক্ৰীড়া আৰু Infrastructure ৰ ওপৰতো গুৰুত্ব দিব।
প্ৰধানমণ্ত্ৰী ডাঙৰীয়াই জনাইছিল যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে যোৱা কেইবছৰমানৰ পৰা শিক্ষাৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন দেখা পোৱা গৈছে। আৰু মই এইটোও অতি নিশ্চিত যে PM Shree School National Education Policy যি মনোভাৱেৰে আগবাঢ়িছে ই ভাৰতৰ লাখ লাখ বিদ্যালয়ৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব। PM Shree Yojana 2022 in Assamese ৰ জৰিয়তে পুৰণা বিদ্যালয়খন সুন্দৰ কৰাৰ লগতে তেওঁলোকৰ মানসিক আৰু শাৰিৰীক শক্তিৰ প্ৰতিও মনোযোগ দিয়া হ’ব।
লাভ কৰা তথ্য অনুসৰি এইটোও কোৱা হৈছে যে PM Shree Yojana ৰ অধীনত ভাৰতৰ প্ৰতিটো ব্লকৰ অধীনত অন্ততঃ এখনকৈ PM Shree বিদ্যালয় স্থাপন কৰা হ’ব, লগতে প্ৰতিখন জিলাতে অন্ততঃ এখনকৈ ME আৰু High School স্থাপন কৰা হ’ব।
Prime Minister Shri Yojana 2022 ৰ আলোকপাত
এই আঁচনিখনত মুঠ ১৪৫০০ খন পুৰণি বিদ্যালয় সামৰি লোৱা হ’ব আৰু বিদ্যালয় সমূহক আপগ্ৰেড কৰা হ’ব আৰু প্ৰতিখন বিদ্যালয়খনত স্মাৰ্ট ক্লাছ, ক্ৰীড়া আৰু অন্যান্য আধুনিক সুবিধা প্ৰদান কৰা হ’ব। প্ৰতিখন বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয়ৰ আৰ্হিত স্থাপন কৰা হ’ব আৰু এই আঁচনিৰ অধীনত ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে Prime Minister Shri Yojana ৰ বিদ্যালয় স্থাপন কৰা হ’ব।
এই আঁচনিৰ অধীনত যিমানখিনি টকা আৱণ্টন হ’ব, সেই সকলো ধন কেন্দ্রীয় চৰকাৰে দিব৷ ৰাজ্য চৰকাৰে আঁচনিৰ অধীনত উন্নীত হোৱা বিদ্যালয়সমূহ নিৰীক্ষণ কৰাৰ লগতে আঁচনিখনৰ সফল ৰূপায়ণত সহায় কৰিব লাগিব।
AIM of PM Shri Yojana 2022 in Assamese
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা এই বিলাসী আঁচনি খনৰ মূল উদ্দেশ্য ভাৰতত থকা প্ৰায় ১৪৫০০ খন পুৰণি বিদ্যালয়ক উন্নত কৰি নতুন ৰূপ দিয়া আৰু ছাত্ৰ-ছাত্ৰীসকলক স্মাৰ্ট শিক্ষাৰ সৈতে সংযোগ কৰি যুগৰ সৈতে আগুৱাই যাবলৈ প্ৰেৰণা যোগোৱা।
প্ৰধানমন্ত্ৰী শ্ৰী যোজনাৰ অধীনত উন্নীত হ’বলগীয়া সকলো বিদ্যালয়তে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সকলো উপাদানৰ আভাস পোৱা যাব। এনে বিদ্যালয়সমূহে আন বিদ্যালয়সমূহৰ বাবেও প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিব।
প্ৰধানমন্ত্ৰীৰ ভাষণত জনোৱা অনুসৰি বিদ্যালয় সমূহত গুণগত শিক্ষাৰ ব্যৱস্থা কৰা হ’ব আৰু ছাত্ৰ-ছাত্ৰীক ২১ শতিকাৰ আৰ্হিত পাঠদান কৰা হব।
Benefits of PM Shri Yojana 2022 in Assamese
- শিক্ষক দিৱস উপলক্ষে ২০২২ চনৰ ৫ ছেপ্টেম্বৰত টুইট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।
- এই আঁচনিৰ অধীনত দেশৰ প্ৰায় ১৪৫০০ খন পুৰণি বিদ্যালয় উন্নত কৰাৰ লগতে বিদ্যালয়সমূহত Latest technology, স্মাৰ্ট শিক্ষা আৰু Infrastructure ৰ ব্যৱস্থা কৰা হব।
- এই PM Shri Yojana ৰ অধীনত উন্নীতকৰণ কৰা বিদ্যালয়সমূহত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আভাস পোৱা যাব।
- এই PM Shri Yojana ৰ অধীনত উন্নত হোৱা বিদ্যালয়সমূহ ওচৰৰ আন বিদ্যালয়সমূহৰ বাবেও পথ নিৰ্দেশক হিচাপে কাম কৰিব।
- PM Shri Yojana ৰ অধনীত উন্নত হোৱা বিদ্যালয়খনত প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাদান কৰা হ’ব।
- বিদ্যালয়খনত Latest technology Lab থাকিব যাতে ছাত্ৰজনে কিতাপ পঢ়াৰ বাদেও ব্যৱহাৰিক অনুশীলন কৰিব পাৰে।
- এই PM Shri Yojana ৰ অধীনত বিদ্যালয়খনত খেলৰ সুবিধাও থাকিব যাতে প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক বিকাশ হয়।
- বিদ্যালয়খন উন্নত হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ভাল পৰিবেশত পঢ়াৰ সুবিধা পাব, আৰু তেওঁলোকৰ মনটোও পঢ়া-শুনাত নিয়োজিত হৈ পৰিব আৰু পঢ়া-শুনাৰ প্ৰতি তেওঁলোক সংবেদনশীল হৈ পৰিব।
Eligibility for PM Shri Yojana 2022 in Assamese
কেন্দ্ৰীয় চৰকাৰে কোনো বিশেষ ব্যক্তি বা কোনো বিশেষ ছাত্ৰ-ছাত্ৰীৰ বাবে এই আঁচনি আৰম্ভ কৰা নাই। এই PM Shri Yojana ৰ অধীনত চৰকাৰৰ লক্ষ্য হৈছে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় ১৪৫০০ খন পুৰণি বিদ্যালয় কৰি মেৰামতি কৰি সেই বিদ্যালয়সমূহক এক আকৰ্ষণীয় ভাৱে গঢ়ি তুলি লগতে স্মাৰ্ট ক্লাছৰ জৰিয়তে বিদ্যালয়খনত লেবৰেটৰী, ক্ৰীড়া সামগ্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক উন্নত পৰ্যায়ৰ শিক্ষা প্ৰদান কৰা।
Documents for PM Shri Yojana 2022 in Assamese
PM Shri Yojana ৰ অধীনত উন্নীতকৰণ কৰিবলগীয়া বিদ্যালয়খন চৰকাৰে নিজে নিৰ্বাচন কৰি লব। গতিকে এই আঁচনিত কোনো ব্যক্তি বা কোনো বিদ্যালয়ৰ পৰা কোনো নথি-পত্ৰ লোৱা নহয়। কিন্তু যদি চৰকাৰে উন্নীতকৰণ কৰিবলগীয়া বিদ্যালয়খনৰ পৰা কোনো নথি-পত্ৰ বিচাৰে, তেন্তে সেই নথি-পত্ৰ বিদ্যালয়ে জমা কৰিব লাগিব।
How to Apply for PM Shri Yojana 2022 in Assamese
এই PM Shri Yojana ত কোনো ছাত্ৰ-ছাত্ৰীয়ে বা কোনো বিদ্যালয়ে আবেদন কৰিব নোৱাৰে, কিন্তু ভাৰত চৰকাৰে সংশ্লিষ্ট বিভাগক বিভিন্ন ৰাজ্যৰ পৰা মুঠ ১৪৫০০ খন অনুন্নত বিদ্যালয়ৰ নাম চিনাক্ত কৰিবলৈ নিৰ্দেশ জাৰী কৰিছে।
ইয়াৰ পিছত যেতিয়া সংশ্লিষ্ট বিভাগে বিদ্যালয়ৰ তালিকা জমা দিব, তেতিয়া চৰকাৰে বিদ্যালয় সমূহ চিনাক্ত কৰিব আৰু তাৰ পিছত আঁচনিৰ অধীনত সেই বিদ্যালয়সমূহৰ কাম কৰা হ’ব আৰু বিদ্যালয়সমূহক উন্নীতকৰণ কৰা হ’ব।
Helpline Number for PM Shri Yojana 2022 in Assamese
PM Shri Yojana ৰ কোনো হেল্পলাইন নম্বৰ চৰকাৰে এতিয়াও জাৰি কৰা নাই। গতিকে PM Shree Yojana টোল ফ্ৰী নম্বৰটো পাবলৈ অলপ সময় অপেক্ষা কৰিব লাগিব। টোল ফ্ৰী নম্বৰ প্ৰকাশ কৰাৰ লগে লগে PM Shree Yojana 2022 in Assamese হেল্পলাইন নম্বৰটো এই Post ত অন্তৰ্ভুক্ত কৰা হ’ব তেতিয়ালৈকে অলপ অপেক্ষা কৰিব।
Questions and Answer Key Assam Direct Recruitment 2022 Grade III Paper IV 28 August 2022
FAQ:
Q: When was the PM Shree Yojana launched
ANS: September 5, 2022
Q: Who will be the beneficiaries of PM Shree Yojana?
ANS: Mainly students from Pre Primary to Class 12
Q: What is the helpline number of PM Shree Yojana?
ANS: Will be updated soon.
Q: What is the official website of PM Shree Yojana?
ANS: Will be updated soon.