Branch Personal Loan App: বন্ধুসকল, এতিয়া এনেকুৱা সময় আহি পৰিছে যে মানুহে আনক দেখুৱাই জীয়াই থাকিবলৈ ভাল পায়। এতিয়া মানুহে নিজৰ বাবে নহয় আনক দেখুৱাবলৈহে জীৱন যাপন কৰে। কিন্তু বন্ধুসকল, এইটো চিৰস্থায়ী নহয়। কাৰণ এতিয়া সকলো মানুহেই স্বাৰ্থপৰ। সকলোৱে কেৱল নিজৰ বাবেই জীয়াই থাকিবলৈ ভাল পায়। গতিকে বন্ধুসকল, আমিও আনৰ কথা চিন্তা কৰিলে নহব সকলো বাদ দি নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। বন্ধুসকল, আজিৰ সময়ত সকলো মানুহে আপোনাক তেতিয়ালৈকে লগ দিব যেতিয়ালৈকে আপোনাৰ হাতত টকা থাকিব। সেই বাবে বন্ধুসকল আমিও টকাৰ বাবেহে জীয়াই থাকিব লাগিব। কিন্তু আচল সমস্যাটো হল টকা আহিব কৰ পৰা, এতিয়া বন্ধুসকল আপোনালোকে আৰু চিন্তা কৰাৰ কোনো কাৰণ নাই ।
কাৰণ এতিয়াৰ পৰা Online Loan App ৰ পৰা Loan লব পাৰিব আৰু বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এনে এটা app লৈ আহিছো। আৰু এই এপটোৰ নাম হৈছে_ Branch Personal Loan app. আপুনি Branch Personal Loan app ৰ পৰা কিমান লোন লব পাৰে, Branch Personal Loan app ৰ পৰা কিমান সময়ত লোন লব পাৰি, Branch Personal Loan app ৰ পৰা কিমান দিনৰ বাবে লোন লব পাৰি, Branch Personal Loan app ৰ সুতৰ হাৰ % কিমান, Branch Personal Loan app ৰ পৰা ঋণ লোৱাৰ বাবে আন কি কি চাৰ্জ দিব লাগিব, Branch Personal Loan app ৰ পৰা ঋণ ল’বলৈ কি কি নথি-পত্ৰৰ প্ৰয়োজন হ’ব, Branch Personal Loan app ৰ পৰা ঋণ লোৱাৰ বাবে কি কি অৰ্হতা থাকিব লাগে, কেনেকৈ আবেদন কৰিব Branch Personal Loan app ৰ পৰা এটা loan লবলৈ, বন্ধুসকল, আজিৰ এই পোষ্টটোত আমি আপোনালোকক Branch Personal Loan app ৰ বিষয়ে বিতংভাৱে ক’ম। আহক আজিৰ পোষ্টটো আৰম্ভ কৰোঁ ।
Branch Personal Loan app ৰ পৰা আপুনি কিমান টকাৰ Loan লব পাৰে?
বন্ধুসকল Branch Personal Loan app ৰ পৰা আপুনি 750 টকাৰ পৰা 50000 টকালৈকে Loan লব পাৰিব।
Top 50 Most Important Questions for Assam Direct Recruitment 2022-Assam GK MCQ
Table of Contents
Branch Personal Loan app ৰ পৰা কিমান দিনৰ বাবে Loan লব পাৰে?
বন্ধুসকল Branch Personal Loan app ৰ পৰা আপুনি 62 দিনৰ পৰা 6 মাহলৈকে Loan লব পাৰে আৰু এইখিনি সময় এটা Loan মাৰিবৰ বাবে যথেষ্ট।
Branch Personal Loan app য়ে কিমান টকাৰ সুতৰ হাৰত Loan দিয়ে?
বন্ধুসকল Loan লোৱাৰ সময়ত আমি সুতৰ হাৰ কিমান সেইটো চাই লোৱাটো উচিত। কাৰণ Loan লোৱাৰ পাছত তাক আমি ঘূৰাব পাৰিম নে নাই সেইটো তাৰ ওপৰত নিভৰ্ৰ কৰিব। Branch Personal Loan app য়ে 24-36% শতাংশ সুতৰ হাৰত Loan দিয়ে।
উদাহৰণ
বন্ধুসকল, ধৰক আপুনি Branch Personal Loan app ৰ পৰা 24% হাৰত 2 মাহৰ বাবে 9 হাজাৰ টকাৰ Loan লৈছিল। আৰু ইয়াৰ ওপৰত Processing fee আছিল 180 টকা। গতিকে বন্ধুসকল, 2 মাহৰ পিছত আপুনি মুঠ 9360 টকা ঘূৰাই দিব লাগিব।
Branch Personal Loan app ৰ সহায়ত আপুনি কি কি ধৰণৰ Loan ল’ব পাৰে?
- চিকিৎসা Loan
- শ্বপিং Loan
- গৃহ সংস্কাৰৰ Loan
- গ্ৰাহক টেকসই Loan
- শিক্ষা Loan
- বাহন Loan
- ট্ৰেভেল Loan
- বিবাহ/বিবাহৰ Loan
- ছাত্ৰ Loan
Branch Personal Loan app ৰ পৰা Loan ল’বলৈ কি কি নথি-পত্ৰৰ প্ৰয়োজন?
- আধাৰ কাৰ্ড
- PAN কাৰ্ড
- ঠিকনাৰ প্ৰমাণ
- আয়ৰ প্ৰমাণ
Branch Personal Loan app ৰ পৰা Loan ল’বলৈ কি কি অৰ্হতাৰ প্ৰয়োজন?
- ভাৰতীয় নাগৰিক হব লাগিব।
- বয়স ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব।
- উপাৰ্জনৰ এটা নিৰ্দিষ্ট উৎস থাকিব লাগিব।
Branch Personal Loan app ৰ পৰা Loan বাবে কেনেকৈ আবেদন কৰিব?
- প্ৰথমে আপুনি playstore ৰ পৰা Branch Personal Loan app টো ডাউনলোড কৰিব লাগিব।
- ইয়াৰ পিছত এটা Account খোলক য’ত আপোনাৰ ফোন নম্বৰটো থাকিব।
- আৰু আপোনাৰ Basic Details খিনি পূৰণ কৰক।
- কিছু সময়ৰ পিছত আপুনি verification ৰ বাবে ফোন এটা পাব।
- আৰু আপোনাৰ Loan Approved হ’ব।
Branch Personal Loan app ৰ পৰা Loan লোৱাৰ সুবিধা কি কি?
- এইটো 100% সুৰক্ষিত এপ।
- এই এপটোৰ পৰা Loan লোৱাটো অতি সহজ।এই এপটোৰ জৰিয়তে আপুনি ভাৰতৰ যিকোনো ঠাইৰ পৰা Loan লব পাৰিব।
- এই এপটোৱে অনলাইন Loan দিয়ে।
- ইয়াৰ লগে লগে আপুনি Loan লোৱাৰ সময়ত Loan পৰিমাণ পোনপটীয়াকৈ আপোনাৰ একাউণ্টলৈ আহে।
Branch Personal Loan app ৰ গ্ৰাহক সেৱা নম্বৰ
Email; support@branch.co
Our Office Address: WeWork BKC, C – 20, G Block Rd, G Block BKC, Bandra Kurla Complex, Bandra East, Mumbai, Maharashtra
বন্ধুসকল, আজিৰ পোষ্টটোত মই আপোনালোকক জনালো যে আপুনি Branch Personal Loan app ৰ পৰা কিমান Loan লব পাৰে, Branch Personal Loan app ৰ পৰা কিমান দিনৰ বাবে Loan লব পাৰি, Branch Personal Loan app ৰ পৰা কিমান টকাৰ Loan লব পাৰি , Branch Personal Loan app টোৱে কিমান সুতৰ হাৰত Loan দিয়ে, Branch Personal Loan app পৰা Loan লোৱাৰ বাবে আন কি কি চাৰ্জ দিব লাগিব, Branch Personal Loan app ৰ পৰা Loan ল’বলৈ কি কি নথি-পত্ৰৰ প্ৰয়োজন হ’ব , Branch Personal Loan app ৰ পৰা Loan ল’বলৈ অৰ্হতা কি হ’ব লাগে, Branch Personal Loan app ৰ পৰা Loan বাবে কেনেকৈ আবেদন কৰিব লাগে, বন্ধুসকল আশা কৰো যে আপোনালোকে নিশ্চয় এই পোষ্টটো পঢ়ি ভাল পালে। প্লিজ লাইক, শ্বেয়াৰ, কমেন্ট কৰি দিব। ধন্যবাদ।
9 thoughts on “Branch Personal Loan App ৰ পৰা কেনেকৈ মোবাইলত লোন লব: Online ত কেনেকৈ আধাৰ কাৰ্ডৰ পৰা লোন লব – How To Get Instant Personal New Loan App”