Flipkart Vs Amazon sale 2022: প্ৰধান ই-কমাৰ্চ প্লেটফৰ্ম এমাজন আৰু ফ্লিপকাৰ্টৰ বিক্ৰী উৎসৱ ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। ২২ ছেপ্টেম্বৰৰ পৰা প্ৰাইম সদস্যসকলৰ বাবে amazon great Indian festival sale 2022 আৰম্ভ হৈছে, আনহাতে ফ্লিপকাৰ্ট প্লাছৰ সদস্যসকলেও আজিৰ পৰাই big billion days 2022 ত বজাৰ কৰিব পাৰিব। দুয়োটা বিক্ৰী উৎসৱতে স্মাৰ্টফোনৰ লগতে ইলেক্ট্ৰনিক সামগ্ৰীতো বহুত বেছি ৰেহাই পোৱা যাব। যদি আপুনিও বিক্ৰীত অধিক লাভ বা ৰেহাই বিচাৰে তেন্তে এই লেখাটো আপোনাৰ বাবে। এই লেখাটোত আমি আপোনাক বেংক অফাৰ সমূহৰ তথ্য দিয়াৰ লগতে দুয়োটা বিক্ৰী উৎসৱতে উপলব্ধ ডাঙৰ ডাঙৰ অফাৰ আৰু কেছবেক সমূহৰো তথ্য দিম। গতিকে লেখা টো শেষলৈকে পঢ়িব।
পেটৰ বিষ ভাল কৰাৰ সহজ 10 টা ঘৰুৱা উপায় – 10 Easy Home Remedies for Stomach Pain relief in Assamese
ফেচবুকৰ পৰা টকা ঘটাৰ 10 টা উপায়- How to earn money from Facebook in Assamese 2022
Table of Contents
Flipkart Vs Amazon sale 2022: Smartphone offer latest offer 2022
আমাজন আৰু ফ্লিপকাৰ্টৰ ফেষ্টিভেল চেলত সকলো কোম্পানীৰে স্মাৰ্টফোন বোৰত যথেষ্ট ভাল ৰেহাই দেখা পোৱা গৈছে। ফ্লিপকাৰ্টত I Phone 12 Mini আৰম্ভণি মূল্য Rs. 33990/- টকাত আৰু I Phone 11 Rs. 29990/- টকাত ক্ৰয় কৰিব পাৰিব। ঠিক একে সময়তে আমাজনত 32 হাজাৰ টকাৰ প্ৰাৰম্ভিক মূল্যত I Phone 12 ক্ৰয় কৰিব পাৰিব।
আইফোনৰ লগতে ছেমছাঙৰ ফোনেও লাভ কৰিছে আমাজন আৰু ফ্লিপকাৰ্টত বৃহৎ ৰেহাই। চেমচাঙৰ ফ্লেগশ্বিপ ফোন Samsung Galaxy S22+ ফ্লিপকাৰ্টত ক্ৰয় কৰিব পাৰিব Rs. 59999/- টকাৰ ৰেহাই মূল্যত। একে সময়তে 24999/- টকাৰ Samsung Galaxy M33 5G এমাজনৰ পৰা 14499/- টকাত ক্ৰয় কৰিব পাৰিব। ৱানপ্লাছ স্মাৰ্টফোনেও আমাজন বিক্ৰীত যথেষ্ট ৰেহাই লাভ কৰিছে। Oneplus 10R prime Edition বিক্ৰীৰ ক্ষেত্ৰত 6 হাজাৰ টকাৰ ৰেহাই দিয়া হৈছে আৰু সেইটো ফোন 32999/- টকাত ক্ৰয় কৰিব পাৰিব। আনহাতে, যদি আমি কম দামৰ ফোনৰ কথা কও, তেন্তে শেহতীয়াকৈ মুকলি হোৱা Redmi A1 টো আমাজনৰ পৰা 6 হাজাৰ টকা কমত ক্ৰয় কৰিব পাৰিব।
Flipkart Vs Amazon sale 2022: Electronic Product latest offer 2022
আমাজন আৰু ফ্লিপকাৰ্টৰ বিক্ৰীত সকলো ধৰণৰ ইলেক্টনিক বস্তুত যথেষ্ট পৰিমানৰ ৰেহাই দিয়া হৈছে , যেনে স্মাৰ্টফোন, টিভি, লেপটপ, টেবলেট, স্মাৰ্ট ৱেয়াৰেবল ডিভাইচ, অডিঅ’ প্ৰডাক্ট আৰু ইলেক্ট্ৰনিক প্ৰডাক্টসমূহেও ইত্যাদি। আমাজনৰ বিক্ৰী উৎসৱত টিভিত 50 শতাংশ পৰ্যন্ত ৰেহাই দিয়া হৈছে লগতে 24 মাহলৈকে বিনামূলীয়াকৈ EMI আৰু এক্সচেঞ্জ অফাৰ দিয়া হৈছে। একে সময়তে big billion days ত টিভি আৰু Accessories ত 80 শতাংশ পৰ্যন্ত ৰেহাই দিয়া হৈছে। এই ৰেহাইত বেংক অফাৰ আৰু এক্সচেঞ্জ অফাৰসমূহো অন্তুভুৰ্ক্ত হৈ আছে। ফ্লিপকাৰ্ট big billion days ত Bluetooth Calling Smart Watch টো প্ৰাৰম্ভিক মূল্য 1799/- টকাত ক্ৰয় কৰিব পাৰিব। আমাজনত 21999/- টকা মূল্যৰ ৱানপ্লাছ 32 ইঞ্চিৰ স্মাৰ্ট টিভি 11490/- টকাত ক্ৰয় কৰিব পাৰিব। Flipkart Vs Amazon sale 2022
Flipkart Vs Amazon sale 2022: Bank Latest offer Festival sale 2022
Festival Sale ত বেংক অফাৰৰ কথা ক’বলৈ গ’লে আমাজনত এছ বি আই বেংকৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডত 10 শতাংশ পৰ্যন্ত ৰেহাই পোৱা যাব। একে সময়তে আমাজনে বিভিন্ন সামগ্ৰীৰ ওপৰত এক্সচেঞ্জ অফাৰ আগবঢ়াইছে। আনহাতে, যদি আমি ফ্লিপকাৰ্টৰ big billion days ৰ কথা কওঁ, তেন্তে এক্সিছ বেংক, আইচিআইচিআই বেংক আৰু ফ্লিপকাৰ্ট এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ডত 10 শতাংশ পৰ্যন্ত ৰেহাই পাব। ইয়াৰ লগতে Paytm Wallet আৰু Paytm UPI তো কেছবেক উপলব্ধ হ’ব। ফ্লিপকাৰ্টতো লাভ কৰিব পাৰিব এক্সচেঞ্জ অফাৰৰ সুবিধা।
Thank you for read our article about Flipkart Vs Amazon sale 2022.
অধিক পঢ়িবৰ বাবে ক্লিক কৰক-
Zestmoney এপৰ পৰা লোন কেনেকৈ লব? A to Z শিকো আহক | Apply Zestmoney Personal Loan in Assamese
Bandhan Bank ৰ পৰা কেনেকৈ লোন লব পাৰিব : Bandhan Bank Personal Loan in Assamese Apply Online
1 thought on “Flipkart Vs Amazon sale 2022: কি কি বস্তু কিমান কম দামত পাব, বেংকৰ অফাৰৰ পৰা কেচবেক লৈকে সকলো জানি পাৰিব”