Google ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি – How to Earn Money from Google in Assamese within 4 days for free

How to earn money from google in Assamese আমি বসবাস কৰা পৃথিৱীত Google ৰ নাম নুশুনা ব্যক্তি নিশ্চয় কোনো নাই । বৰ্তমান সময়ত Google য়ে ইণ্টাৰনেটৰ এই বিশাল জগতত Search Engine কে ধৰি নতুন নতুন অনলাইন Application ৰ জৰিয়তে গোটেই পৃথিৱীৰ কাম-কাজৰ ৰূপ-ৰেখা সলনি কৰি দিছে । কম্পিউটাৰৰ পৃথিৱীত খলকনি তুলাৰ পাছত এতিয়া Google য়ে Android Operaring System ৰ জৰিয়তে মোবাইল জগতত শাসন কৰিবলৈ আৰম্ভ কৰিছে ।

How to Earn Money from Google in Assamese, how to earn money from google without investment, how to earn money online with google for students, how to earn money online, google money earning app, watch google ads and earn money, how to earn money from google maps, how to earn money from google play store, how to earn money online with google in india

How to Earn Money from Google in Assamese

বৰ্তমান সময়ত সকলোৰে হাতে হাতে Google ৰ Application উপলব্ধ । আমি কব পাৰো যে বৰ্তমান অফিচৰ ডেস্কটপৰ পৰা ধৰি আমি পিন্ধা চোলাটোৰ পকেটত থকা মোবাইলটোলৈকে সকলোতে গুগল উপলব্ধ । Google য়ে আমাক টকা উপাৰ্জন আৰু ব্যৱসায় কৰিবলৈকো যথেষ্ট খিনি সহায় কৰিছে আৰু ব্যৱসায়ৰ ধৰণো সলনি কৰিছে । গোটেই বিশ্বত নিজৰ ব্যৱসাসিক দপদপনি চলাই থকা Google য়ে কোনো ধৰণৰ মূলধন ব্যৱহাৰ নকৰাকৈ টকা ঘটিবলৈ আমাক বহুতো সুবিধা দিছে । ইয়াৰ লাভদায়ক কথাটো হল যে আপুনি ঘৰতে বঢ়ি Google ৰ পৰা টকা উপাৰ্জন কৰিব পাৰে। ইয়াত চৰকাৰী চাকৰিৰ দৰে কোনো ধৰণৰ দালালক পইছা দিব লগা নহয় আৰু কোনোধৰণৰ মিছা প্ৰতিশ্ৰুতি Google য়ে আপোনাক নিদিয়ে।

Axis Bank ATLAS Credit Card কেনেকৈ Apply কৰিব : Axis Bank ATLAS Credit Card Apply Online in 5 Minutes – Axis Bank Credit Card free কেনেকৈ বনাব শিকি লও আহক

How to Earn Money from Google in Assamese

বিশ্বৰ কোটি কোটি লোকে , স্কুলত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি ঘৰ চলোৱা মহিলা এনেকৈয়ে বহুলোকে Google ৰ জৰিয়তে ঘৰতে বঢ়ি টকা উপাৰ্জন কৰি আছে আৰু আপুনিও যদি এনেকৈয়ে ঘৰতে বঢ়ি টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে এই পোষ্টটো শেষলৈকে পঢ়িব।

Google ক টকা উপাজৰ্নৰ মাধ্যম হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব? (How to earn money from google in Assamese)

Google ৰ প্ৰধান কৰ্তব্য হল যে ইয়াৰ ব্যৱহাৰকাৰী সকলে জানিব বিচৰা বা পঢ়িব বিচৰা সকলো তথ্য অনলাইনত উপলব্ধ কৰোৱা। সেয়েহে আপুনিও যদি Google ক সমাজৰ ৰাইজে বিচৰা যিকোনো ধৰণৰ সৃষ্টিশীল কাম দিব পাৰে তেতিয়া তাৰ বিনিময়ত আপুনি Google ৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। অলপ সহজ ভাৱে বুজি লও আহক। যদি আপুনি লিখা-মেলা কৰাত ভাল বা আপোনাৰ লিখাৰ প্ৰতি ৰাপ আছে, তেন্তে আপোনাৰ সেই লেখাটোত Google য়ে বিজ্ঞাপন দেখুৱাব আৰু আপুনি সেই বিজ্ঞাপনৰ পৰা উপাৰ্জনৰ কৰিব পাৰিব।

Branch Personal Loan App ৰ পৰা কেনেকৈ মোবাইলত লোন লব: Online ত কেনেকৈ আধাৰ কাৰ্ডৰ পৰা লোন লব – How To Get Instant Personal New Loan App

গুগুলৰ পৰা টকা ঘটিবলৈ কি কি কৰিব লাগিব? (How to earn money from google in Assamese)

Google ৰ বিজ্ঞাপনৰ পৰা যদি টকা উপাৰ্জন কৰিব বিচাৰে তাৰ একমাত্ৰ ৰাস্তাটো হ’ল Google Adsense । Google Adsense ত একাউণ্ট খুলিবলৈ আপোনাৰ এটা গুগল একাউণ্ট থাকিব লাগিব আৰু সেই Google Adsense ৰ একাউণ্টৰ পৰাই আপোনাক Google য়ে বিজ্ঞাপনৰ কোড দিব সেই কোড আপুনি আপোনাৰ অনলাইন মাধ্যমৰ লগত যেনে Youtube, Website ইত্যাদিত Add কৰি টকা উপাৰ্জন কৰিব পাৰিব। Youtube ত ভিডিঅ প্ৰকাশ কৰি আৰু Website ত লেখা প্ৰকাশ কৰি টকা উপাৰ্জন কৰিব পাৰিব। How to Earn Money from Google in Assamese বিষয়ে অধিক তথ্য আগবঢ়োৱাৰ চেষ্টা কৰিছো গতিকে শেষলৈকে পঢ়িব। ইয়াৰ আগতে আমি জনাব বিচাৰিছো যে Google Adsense ত একাউণ্ট কেনেকৈ বনাব পাৰি?

অনলাইনত অতি সহজে ব্যৱসায় কেনেকৈ আৰম্ভ কৰিব? (How to start online business at home in Assamese)

Adsense একাউণ্ট বনোৱাৰ আগতে আপুনি প্ৰকাশ কৰিব বিচৰা লেখাসমূহ ৰাইজৰ ওচৰলৈ আগবঢ়াই দিবলৈ আপোনাৰ এটা নিজা ব্লগ, ৱেবচাইট বা Youtube চেনেল থকাটো অতি প্ৰয়োজনীয়। যদি কোনো লোকে ব্লগৰ (blog) জৰিয়তে টকা উপাজৰ্ন কৰাৰ কথা ভাবিছে তেন্তে প্ৰথম অৱস্থাত bloger.com ৰ পৰাই আৰম্ভ কৰক। গুগলৰ পৰা টকা উপাৰ্জন কৰাৰ কিছু সহজ উপায় তলত আগবঢ়োৱা হ’ল।

ব্লগৰ জৰিয়তে কেনেকৈ উপাৰ্জন কৰিব পাৰি – How to Earn Money from blog in Assamese

নতুনকৈ যিসকল লোকে এই উপাজৰ্নৰ মাধ্যম বাছি লৈছে তেওঁলোকৰ বাবে blogger.com ডিজাইন কৰা হৈছে । যিসকল লোকৰ লেখাৰ প্ৰতি ধাউতি আছে, যিসকল লোকে Website কেনেকৈ বনাব লাগে ভালদৰে নাজানে, কিন্তু তেওঁলোকৰ লেখা সমূহ উন্নত মানদণ্ডৰ আৰু সেই লেখা সমূহ ইণ্টাৰনেটৰ জৰিয়তে যদি প্ৰকাশ কৰিব পাৰি তেন্তে বহু লোকে সেই লেখা সমূহ পঢ়িব তেনে লোকৰ বাবে তৈয়াৰ কৰা হৈছে blogger.com। blogger.com কাম কৰাটো অতি সহজ কাৰণ ইয়াৰ ডিজাইন বা ইয়াৰ কাম কাজ Microsoft Office Word ৰ সৈতে প্ৰায় একেই।

PM Shri Yojana 2022 in Assamese – (PM SHRI Yojana full form in Assamese) ৰ সুবিধা কি কি

ব্লগাৰত কেনেকৈ একাউণ্ট বনাব পাৰি? (How to create account in blogger in Assamese)

blogger ত একাউণ্ট বনোৱাটো অতি সহজ কাম আৰু যদিহে আপোনাৰ gmail একাউণ্ট আছে, তেন্তে আপুনি চাইন আপ নকৰাকৈ ডাইৰেক্ট gmail একাউণ্ট ৰ জৰিয়তে লগ ইন কৰিব পাৰিব। যিসকল লোকৰ আগতীয়াকৈ gmail একাউণ্ট আছে, তেওঁলোকে www.blogger.com ত গৈ gmail ৰ লগইন আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি নিজৰ বাবে ব্লগাৰ একাউণ্ট বনাব পাৰে আৰু ব্লগাৰত কাম আৰম্ভ কৰিব পাৰে।

How to Earn Money from Google in Assamese

যিসকলৰ জিমেইলত একাউণ্ট নাই তেওঁলোকেও blogger.com ৰ হোমপেজত গৈ চাইনআপ অপচনত ক্লিক কৰি blogger.com ত নিজৰ বাবে একাউন্ট নতুন কৈ বনাব পাৰে। যেতিয়া আপুনি এবাৰ ব্লগিঙৰ সকলো পদ্ধতিৰ বিষয়ে শিকিব, আপোনাৰ ব্লগটো ভালদৰে ব্যৱহাৰ কৰিব পাৰিব, তেতিয়া এটা ডমেইন নাম কিনি লৈ তাক আপুনি ব্লগাৰৰ লগত সংযোগ কৰিব পাৰিব। কিন্তু ডমেইন কিনাৰ আগত আপুনি ব্লগাৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে ভালদৰে জানি লব।

How to Earn Money from Google in Assamese

যেতিয়াই আপুনি ডমেইন কিনিব আৰু তাক ব্লগাৰত সংযোগ কৰিব তেতিয়াই আপোনাৰ ব্লগটো গুগল এডচেন্সৰ বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ সাজু হব আৰু যেতিয়া আপোনাৰ লেখা পঢ়া সকলে লেখা পঢ়ি থাকোঁতে এই বিজ্ঞাপনবোৰত ক্লিক কৰিব, তেতিয়াই গুগলে প্ৰতিটো ক্লিকৰ বাবত আয়ৰ এটা অংশ আপোনাক দিব।

ৱেবচাইটত বিজ্ঞাপন প্ৰদৰ্শন কৰি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি (How to earn money from advertising on my website in Assamese)

ব্লগৰ উপৰিও আপুনি ৱেবচাইট বনাই তাৰ জৰিয়তেও Google Adsense ৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। এই ক্ষেত্ৰত মই আপোনাক কব বিচাৰো যে বৰ্তমান সময়ত WordPress হৈছে ৱেবচাইট নিৰ্মাণ বাবে আটাইতকৈ সহজ আৰু কম খৰছী উপায়। ইয়াৰ কেইটামান সুবিধাৰ ভিতৰত প্ৰথমটো হল ইয়াৰ ডিজাইন তেনেই সাধাৰণ, সহজে ব্যৱহাৰ কৰিব পাৰি আৰু WordPress ব্যৱহাৰ কৰিবলৈ কোনো ধৰণৰ কোডিং শিকাৰ প্ৰয়োজন নাই কাৰণ ইয়াত বহুতো বিনামূলীয়া প্লাগ ইন উপলব্ধ । সেই প্লাগ ইন সমূহ ব্যৱহাৰ কৰিয়েই অতি সহজে এটা ৱেৱচাইত তৈয়াৰ কৰিব পাৰি।How to Earn Money from Google in Assamese জানিবলৈ শেষলৈকে পঢ়ক।

How to Earn Money from Google in Assamese

আপুনি যদি নিজা ৱেৱচাইত বনাই টকা উপাজৰ্ন কৰিব বিচাৰে যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে তেন্ত Whatsapp ত যোগাযোগ কৰিব পাৰে – 7002137742।

ইয়াৰ প্ৰথম সুবিধাটো হ’ল ইয়াৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ অতি সহজ, আৰু ই বিষয়বস্তুৰ অনলাইন বিপণনৰ বাবেও বহুতো প্লাগ-ইন প্ৰদান কৰে, যাৰ বেছিভাগেই বিনামূলীয়া। ইয়াৰ লগতে আপুনি আপোনাৰ কন্টেন্ট হ’ষ্টিঙৰ বাবে বহুতো সস্তা বিকল্পও পাব। ৱেবচাইট কেনেকৈ বনাব পাৰি ইয়াত পঢ়ক।

Youtube ৰ জৰিয়তে কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি জানো আহক – How to earn money through youtube in Assamese

গুগলৰ পৰা টকা উপাৰ্জন কৰিবৰ বাবে আমাৰ হাতত থকা আন এক শক্তিশালী মাধ্যম হৈছে youtube । যদি আপুনি youtube ত আপুনি নিজে সৃষ্টি কৰা ভিডিঅ আপলোড কৰি দৰ্শকক মনোৰঞ্জনন দিব পাৰে বা জানিব লগীয়া কথাৰ ভিডিঅ আপলোড কৰি দৰ্শকক আকৰ্ষণ কৰিব পাৰে তেন্তে গুগলে তাৰ বিনিময়ত আপোনাক টকা দিব । তাৰ বাবে আপোনাৰ 1000 Subscriber থাকিব লাগিব আৰু মুঠ Watch Time 4000 ঘণ্টা হব লাগিব আৰু আপুনি Monetize Your Video আপচনটো youtube চেনেলত গৈ Active কৰিব লাগিব। এই অপচনটো Google Adsense ৰ একাউণ্টৰ সৈতে জড়িত । সেয়েহে আপুনি যিটো একাউণ্টৰ পৰা আপোনাৰ google adsense একাউণ্ট খুলিছে কৰিছে সেই একেটা একাউণ্টৰ পৰাই ইউটিউব চেনেলটো বনাব লাগিব।

Adsense account কেনেকৈ বনাব পাৰি? (How to create account in google adsense in Assamese?)

  • গুগলত এডচেন্সত একাউণ্ট খোলাটো ইমেইল একাউণ্ট খোলাৰ দৰেই সহজ। তলত দিয়া পদ্ধতিৰ জৰিয়তে এটা Adsense account খুলিব পাৰি।
  • adsense.com ৰ Google Adsense ৰ হোম পেজ লৈ যাওক, তাত আপুনি Monetize পেজত ক্লিক কৰিলে চাইন আপ কৰাৰ অপচনটো পাব।

How to Earn Money from Google in Assamese

  • তাৰ পিছত আপোনাৰ Gmail একাউণ্টো ব্যৱহাৰ কৰি ৱেবচাইটৰ বা youtube ৰ তথ্য উল্লেখ কৰি চাইনআপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
  • চাইনআপ ৰ সময়ত আপুনি আপোনাৰ ঠিকনা সঠিক ভাবে দিব কাৰণ গুগলে আপোনাৰ এই ঠিকনাত এটা ছীল কৰা খামত একাউণ্ট Active কৰিবৰ বাবে এটা কোড প্ৰেৰণ কৰিব।
  • যেতিয়া আপুনি গুগুলে পঠোৱা খামটো পাব তাত থকা কোডটো আপোনাৰ Adsense একাউণ্টত জমা দিব লাগিব আৰু আপুনি আপোনাৰ চাইটত তেতিয়া গুগলৰ বিজ্ঞাপনটো দিবলৈ সাজু হ’ব আৰু টকা উপাৰ্জন কৰিব পাৰিব।

ৱেবচাইটত কেনেকৈ Adsense ৰ বিজ্ঞাপন দিব পাৰি (How to place ads on my website in Assamese)

গুগলে যেতিয়া আপোনাৰ ৱেবচাইটত বা ব্লগত বিজ্ঞাপন দেখুৱাবলৈ অনুমতি দিব তেতিয়া আপোনাৰ Adsense একাউণ্টত লগইন কৰি My Ad অপচনত গৈ Create New Ad ত ক্লিক কৰিব লাগিব, আৰু আপোনাৰ প্ৰয়োজন অনুসৰি বিজ্ঞাপনৰ ডিজাইন পছন্দ কৰি আপোনাৰ ৱেবচাইট বা ব্লগত সেই বিজ্ঞাপনৰ কোড সংযোগ কৰি ধন উপাৰ্জন কৰিব পাৰিব।

2 thoughts on “Google ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি – How to Earn Money from Google in Assamese within 4 days for free”

Leave a Comment