ফেচবুকৰ পৰা টকা ঘটাৰ 10 টা উপায়- How to earn money from Facebook in Assamese 2022
How to earn money from Facebook in Assamese : বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াৰ সৰ্ববৃহৎ প্লেটফৰ্ম হৈছে ফেচবুক । আপুনি শুনি আচৰিত হব যে ফেচবুকত বৰ্তমান সময়ত ৪০ কোটিতকৈও অধিক লোক সংযোজিত হৈ আছে আৰু প্ৰতিদিনে ফেচবুকৰ ব্যৱহাৰকাৰীৰ সংখ্যা লাখ হিচাপত বাঢ়ি গৈ আছে। ফেচবুকত জড়িত থকা লোকৰ সংখ্যা অতি বেছি …