Rich Dad Poor Dad Book Summary in Assamese: The Story of Two Dads in Assamese

Rich Dad Poor Dad Book Summary in Assameseঃ

Rich Dad Poor Dad নামৰ কিতাপখনৰ কথা হয়তো শুনিছে, কিন্তু ইয়াত কি বিষয়ত লিখা হৈছে জানেনে? এই গ্ৰন্থখনত আৰ্থিক শিক্ষা Rich Dad Poor Dad Book Summary in Assameseআৰু আৰ্থিক স্বাধীনতা কেনেকৈ লাভ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে। এই লেখাটোত আমি Rich Dad Poor Dad Book Summary in Assamese ৰ বিষয়ে আলোচনা কৰিছো। আমি কিতাপখনৰ মূল কথাবোৰৰ বিষয়ে তলত আলোচনা কৰিম আৰু সেইবোৰে আপোনাক আৰ্থিক সফলতা লাভ কৰাত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিম। সেই বাবে এই Rich Dad Poor Dad Book Summary in Assamese লেখাটো শেষলৈকে পঢ়িব। We are try to provide you the Most Important Lessons of Rich Dad Poor Dad Book Summary in Assamese in this article.

Rich Dad Poor Dad Book Summary in Assamese

1997 চনত ৰবাৰ্ট কিঅচাকিয়ে এখন কিতাপ লিখিছিল। কিতাপ খন প্ৰকাশ হোৱাৰ পাছতেই বেষ্ট চেলিং কিতাপ হৈ পৰিল। ৰবাৰ্ট কিঅচাকিৰ দুজন দেউতাক আছিল। এজন তেখেতৰ নিজৰ দেউতাক যিজনক তেওঁ Poor Dad অৰ্থাত দুখীয়া দেউতাক আৰু তেওঁৰ বন্ধুৰ Rich Dad Poor Dad Book Summary in Assameseমাইকৰ দেউতাকক তেওঁ Rich Dad অৰ্থাত ধনী দেউতাক বুলি কৈছে। ৰবাৰ্টৰ নিজৰ দেউতাকজন যথেষ্ট পঢ়া-শুনা কৰা এজন শিক্ষিত লোক আৰু তেওঁ এখন কলেজৰ প্ৰফেচৰ কিন্তু তেখেতে তেওঁৰ জীৱনটোত পইছাক লৈ বহুতো সমস্যাৰ সন্মুখীন হব লগা হল। সেই বাবে ৰবাৰ্টে তেওঁক  Poor Dad  বুলি কৈছে। আনফালে ৰবাৰ্টৰ বন্ধুৰ দেউতাক এজন কম পঢ়া-শুনা কৰা মানুহ , কিন্তু তেওঁ এজন ডাঙৰ ব্যৱসায়ী আৰু লগতে এজন সফল ব্যক্তি। সেইবাবে ৰবাৰ্টৰ বাবে তেওঁ Rich Dad ।

ৰবাৰ্ট কিঅচাকিয়ে তেওঁৰ কিতাপ Rich Dad Poor Dad ত কৈছে যে তেওঁ যেতিয়া 9 বছৰ বয়সত স্কুলত পঢ়ি আছিল তেতিয়া স্কুলত পঢ়ি থকা ধনীঘৰৰ লৰা-ছোৱালীবোৰ দেখি ৰবাৰ্টৰো ধনী হবলৈ মন গৈছিল। সেই বাবে তেওঁ এদিন Poor Dad ক সুধিলে যে ধনী কেনকৈ হব পাৰি? কিন্তু ৰবাৰ্টৰ নিজৰ দেউতাক অৰ্থাত Poor Dad ৰ ওচৰত ইয়াৰ কোনো উত্তৰ নাছিল। দেউতাকে কলে যে এই প্ৰশ্নটোৰ উত্তৰ তোমাৰ বন্ধু মাইকৰ দেউতাকেহে তোমাক দিব পাৰিব। তেতিয়া ৰবাৰ্ট Rich Dad ৰ ওচৰলৈ গল আৰু তেওঁক সুধিলে আৰু সেই সময়কনৰ পৰাই ৰৰ্বাটৰ জীৱনত বিত্তীয় শিক্ষাৰ আদিপাঠ আৰম্ভ হল।

Rich Dad Poor Dad Book Summary in Assamese

Rich Dad য়ে ৰবাৰ্টক জীৱনৰ বিভিন্ন সময়ত কৰিব লগীয়া কাম সমূহৰ বিষয়ে বহুতো Lesson পঢ়ুৱাই গৈছিল। সেই Lesson সমূহৰ পৰাই ৰবাৰ্টে আমাক কিতাপ খনত কৈছে যে আমি পইছাক কেনেকৈ Maintain কৰিব লাগে, কেনেকৈ পইছাক আমি কামত লগাব পাৰো আৰু কৈছে যে দুখীয়া লোক সকলে এনেকুৱা কি ভুল কৰে বাবে যাৰ বাবে তেওঁলোক সদায় দুখীয়া হৈ থাকিব লগা হয়। ইয়াৰোপৰি তেওঁ কয় যে দুখীয়া লোক সকলেও যদি তেওঁ কোৱা কথা খিনি মানি চলে তেতিয়া তেওঁলোকো কম দিনৰ ভিতৰত ধনী হব পাৰিব।

এতিয়া আহক আমি আলোচনা কৰো সেই মূল্যৱান Lesson সমূহৰ বিষয়ে। 

Lesson No-1. The Rich Don’t Work For Money (ধনী লোকে কেতিয়াও পইছাৰ বাবে কাম নকৰে)

সাধাৰণতে বেছিভাগ লোকে ধনী হবলৈ বহু কষ্ট কৰে। তেওঁলোকে এটা ভাল চাকৰিৰ আশা কৰে যৰ পৰা প্ৰতিমাহে তেওঁ এটা ভাল দৰমহা পাব পাৰে। চাকৰিটো পোৱাৰ পাছত সম্পূৰ্ণ একাগ্ৰতা আৰু কৰ্তব্য নিষ্ঠা মনত লৈ অফিচলৈ যায়। ইয়াৰ ফলতে তেওঁলোক এখন জালত ফচি যায় আৰু যৰ পৰা কেতিযাও ওলাব নোৱাৰি। বহুলোকে সোনকালে ধনী হবলৈ লুভীয়া হৈ পৰে। তেওঁলোকে জানে যে মাহৰ শেষত দৰমহা পাব আৰু সেইবাবে প্ৰথমে Loan (ঋণ) লৈ এটা ঘৰ বনাব, গাড়ী কিনিব, ক্ৰেডিট কাৰ্ডৰ পৰা দামী দামী বস্তু বজাৰ কৰিব আৰু ফচি যাব এখন ডাঙৰ জালত। সেই জাল খনৰ পৰা ওলাব পৰাটো সহজ কাম নহয়। কাৰণ তেওঁলোকে যিবোৰ বস্তু Loan (ঋণ) ত লয় সেই খিন ধাৰ মাৰিবই লাগিব। সেই Loan (ঋণ) খিনি ধাৰ মাৰিবলৈ হলে বহু বছৰ চাকৰি কৰিব লাগিব।

Rich Dad Poor Dad Book Summary in Assamese

আপুনি চাকৰিৰ পৰা যিমান দৰমহা পাব তাৰ বেছিভাগ Loan (ঋণ) ৰ ধাৰ মাৰোতেই যাব। এনেকৈয়ে বেছিভাগ লোকৰ জীৱন Loan (ঋণ) ৰ ধাৰ মাৰোতেই আৰু চাকৰি কৰোতেই পাৰ হৈ যায়। এতিয়া প্ৰশ্ন হল – পইছাৰ বাবে কাম কৰিব নালাগে যদি কি কৰিব লাগে? ধনী লোক সকলে পইছাৰ বাবে কাম নকৰে, তেওঁলোকে এনেকুৱা কিছুমান কাম কৰে যত নেকি পইছাই তেওঁলোকৰ বাবে কাম কৰে। তেওঁলোকেনো এনেকুৱা কি কাম কৰে তাৰ বিষয়ে আপোনালোকে আগলৈ বুজি পাব।

You Can Read More:

Lesson No-2. Financial Education is Very Important (আমি কিয় বিত্তীয় শিক্ষা লোৱাটো প্ৰয়োজন)

দ্বিতীয় Lesson টোত Rich Dad য়ে আমাক শিকাই যে আমাৰ জীৱনত পইছাৰ জ্ঞান থকাটো অতিকে প্ৰয়োজন। বিশ্বৰ সকলো স্কুল-কলেজত সকলো বিষয়ৰ শিক্ষা প্ৰদান কৰা হয় মাত্ৰ শিকোৱা নহয় বিত্তীয় শিক্ষা (Financial Education) কাৰণ এনেদৰে আমাৰ শিক্ষাRich Dad Poor Dad Book Summary in Assamese ব্যৱস্থাটো বনোৱা হৈছে যে ভাল দৰে পঢ়া, ভাল নম্বৰ পাব লাগিব আৰু এটা ভাল চাকৰি কৰিব লাগিব। কিন্তু আচল সঁচা কথাটো হল যে কোনো ধৰণৰ চাকৰিয়েই আপোনাক এজন ধনী ব্যক্তি হোৱাত সহায় নকৰে। মানে চাকৰি কৰি আপুনি কেতিয়াও ধনী হব নোৱাৰে।

ধৰি লওক, কোনো এজন ব্যক্তিয়ে বহু কষ্ট কৰি পঢ়া-শুনা কৰি ডাক্টৰ বা ইঞ্জিনিয়াৰ হল কিন্তু তাৰ পাছত তেওঁ সেই ৰাতিপুৱা 9 টাৰ পৰা বিয়লি 5 টা লৈকে চাকৰিৰ জালত সোমাই পৰে। যাৰ বিষয়ে আমি প্ৰথম পইণ্টত আলোচনা কৰি আহিছো। এই চক্ৰবেহুৰ পৰা ওলাবলৈ Rich Dad য়ে সম্পত্তি (Assets) আৰু দায়িত্বৰ (Liabilities) কথা কৈছে। সম্পত্তি সেই সমূহক কোৱা হৈছে যাৰ জৰিয়তে আপোনাৰ হাতলৈ পইছা আহে আৰু দায়িত্ব সেইখিনিক কোৱা হয় যিয়ে আপোনাৰ হাতৰ পৰা পইছা খৰছ কৰোৱাই।

Rich Dad Poor Dad Book Summary in Assamese

উদাহৰণ স্বৰূপে যদি আপুনি আপোনাৰ ঘৰ এটা ভাড়ালৈ দিয়ে তেতিয়া তাক আমি সম্পত্তি (Assets) বুলি কম কাৰণ সেই ঘৰটোৰ জৰিয়তে আপোনাৰ হাতলৈ পইছা আহে। আনহাতে আপুনি যদি এখন গাড়ী লোন লৈ কিনে তাক আমি কম দায়িত্ব (Liabilities) কাৰণ সেই গাড়ীখনে আপোনাৰ হাতৰ পৰা পইছা খৰছ কৰাই আছে।

ধনী হবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল যে- আপুনি সম্পত্তিৰ তালিকা খন বঢ়াই যাওক আৰু দায়িত্বৰ তালিকাখন কমাই যাওক। আৰু এই কথাখিনি বিশ্বৰ কোনো স্কুল কলেজত শিকোৱা নহয়। তাত আমাক কেৱল এটা ভাল চাকৰি কৰিবলৈহে শিকোৱা হয়। তাত আমাক কেতিয়াও নিশিকাই যে আমি আমাৰ পইছা খিনি কেনেকৈ কামত লগাব পাৰো আৰু পইছা খিনি Grow কৰিব পাৰো। সেইবাবেই Financial Education ৰ বিষয়ে জনাটো অতিকে প্ৰয়োজনীয়। 

Lesson No-3. Mind Your Own Business (নিজৰ কামৰ ওপৰত গুৰুত্ব দিয়ক) 

এই Lesson টোত Rich Dad য়ে কৈছে যে এজন চাকৰি কৰা লোকেও Extra কৈ কিছু কাম কৰিব পাৰে যাৰ জৰিয়তে তেওঁৰ আয়ৰ পৰিমান বৃদ্ধি হব পাৰে। এনেকুৱা কথা নাই যে সদায় ডাঙৰ পৰ্যায়ৰ পৰাই আৰম্ভ কৰিব লাগিব। কাৰণ সকলোৰে হাতত ইমান মূলধন নাথাকে। আপুনি চাকৰি কৰি থকা অৱস্থাতো আপোনাৰ মন পচন্দৰ কাম কৰিব পাৰে। উদাহৰণ হিচাপে কোনো এজন ব্যক্তিয়ে এখন স্কুলত চাকৰি কৰে সেইটো তেওঁৰ Business নহয় সেইটো তেওঁৰ Profession । তেওঁ যেতিয়া নিজে এটা কাম আৰম্ভ কৰিব সেইটোকহে তেওঁৰ নিজৰ কাম বুলি কোৱা হব।

Rich Dad Poor Dad Book Summary in Assamese

এবাৰ Mcdonald ৰ প্ৰতিষ্ঠাপক Ray Kroc য়ে MBA ৰ শিক্ষাৰ্থীসকলৰ আগত ভাষণ দি আছিল। ভাষণ দি থাকোতে তেওঁ শিক্ষাৰ্থীসকলক সুধিলে যে আপোনালোকে জানেনে মই কিহৰ ব্যৱসায় কৰো? তেতিয়া সকলোৱে কলে যে আপুনি হেম বাৰ্গাৰৰRich Dad Poor Dad Book Summary in Assamese (Hamburger) ব্যৱসায় কৰে। কথাটো শুনি Ray Kroc ৰ হাঁহি উঠিল আৰু কলে যে মই হেম বাৰ্গাৰৰ (Hamburger) ৰ ব্যৱসায় নকৰো। কাৰণ মোৰ ব্যৱসায় হল Real Estates । ইয়াৰ কাৰণ হল যেতিয়া কোনোলোকে Mcdonald ৰ Franchise কিনিবলৈ বিচাৰে তেতিয়া তেওঁ সেউ জেগা কনৰ বাবে মাটিও কিনিব লাগে আৰু এইটোৱেই হল Ray Kroc ৰ Real Estates ৰ ব্যৱসায়। এইটো আপুনি নিজই এতিয়া দেখিব যে Real Estates ৰ জগতত Mcdonald য়ে এখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

সেই বাবে Rich Dad য়ে ৰবাৰ্টক শিকাইছে যে বেছিভাগ লোকেই আনৰ বাবে কাম কৰে নিজৰ বাবে কাম নকৰে। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি চাকৰি এৰি দিব লাগে তেওঁ মাত্ৰ এইটো কব বিচাৰিছে যে আপুনি চাকৰি কৰি থকাৰ লগতে আপোনাৰ সম্পত্তিৰ তালিকাখনো শক্তিশালী কৰিবলৈ চেষ্টা কৰিব লাগে। 

Lesson No-4. Work to Learn, Not to Earn (শিকিবৰ বাবে কাম কৰক, পইছাৰ বাবে নহয়)

ৰবাৰ্ট কিঅচাকিয়ে তেওঁৰ কিতাপত কৈছে যে- এবাৰ ছিংগাপুৰত তেওঁৰ ইন্টাৰভিউ এগৰাকী মহিলা সাংবাদিকে লৈছিল। সাংবাদিক গৰাকীয়ে কৈছিল যে তেওঁৰো সপোন আছে ৰবাৰ্ট কিঅচাকিৰ নিচিনাকৈয়ে এজন বেষ্ট চেলিং লেখক হোৱাৰ কিন্তু তেওঁ হব নোৱাৰিলে। ৰবাৰ্টে মহিলাগৰাকীৰ লেখা বোৰ আগতে পঢ়িছিল সেই বাবে জানিছিল যে মহিলাগৰাকীৰ লেখা সমূহ যথেষ্ট ভাল আছিল। সেইবাবে ৰবাৰ্টে তেওঁক কলে যে আপুনি Sales (বিক্ৰী) ৰ ওপৰত এটা প্ৰশিক্ষণ লওক। এই কথাষাৰ শুনি মহিলাগৰাকীৰ বহুত খং উঠিল কাৰণ তেওঁ এগৰাকী যথেষ্ট শিক্ষিত মহিলা, মহিলা গৰাকীৰ ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী আছিল। সেইবাবে তেওঁ ভাবিছিল যে Sales (বিক্ৰী) ৰ ওপৰত এটা প্ৰশিক্ষণ লোৱাটো তেওঁৰ Standard ত নপৰে।

Rich Dad Poor Dad Book Summary in Assamese

ৰবাৰ্টে কৈছে যে বিশ্বত বহুতো পঢ়া-শুনা কৰা জ্ঞানী মানুহ আছে কিন্তু আচল কথাটো হল যে পইছা ঘটিবলৈ কেৱল জ্ঞানী হলৈই নহব। আৰু সেই জ্ঞানক কেনেকৈ ব্যৱহাৰ কৰিব তাক জানিব লাগিব। যেতিয়ালৈকে জ্ঞানৰ ব্যৱহাৰ নাজানিব সেই জ্ঞান খিনিৰ কোনো মূল্য নাই। আৰু সেই মহিলাগৰাকীৰ নিচিনাকৈ বহুলোকে শিকিবৰ বাবে কাম নকৰে। সেই মহিলাগৰাকীয়ে যদি Sales (বিক্ৰী) ৰ প্ৰশিক্ষণটো লৈ ললে হেতেন তেন্তে কি ঠিক তেওঁ ভৱিষ্যতে এগৰাকী বেষ্ট চেলিং লেখক হল হেতেন। কিন্তু তেওঁ নিশিকিলে। এই কাৰণটোৰ বাবেই দুখীয়া সদায় দুখীয়া হৈ থাকে আৰু ধনী লোক সকলে শিকিবৰ বাবে কাম কৰে তাৰ ফলত ধনীসকলক আৰু ধনী হৈ গৈ থাকে। 

ৰবাৰ্টে কৈছে যে তেওঁৰ Poor Dad জনে সদায় নিজৰ চাকৰিক লৈ চিন্তা কৰি থাকে আৰু তেওঁৰ Rich Dad জনে সদায় শিকাৰ ওপৰত গুৰুত্ব দিয়ে। কাৰণ তেওঁ বিশ্বাস কৰিছিল যে ধনী হবলৈ হলে জীৱনত বহু কথা জানিব লাগিব। আৰু এইটোৱেই হল Rich Dad আৰু Poor Dad ৰ মাজত পাৰ্থক্য।

Lesson No-5. Overcoming Obstacles (বাধাসমূহক অতিক্ৰম কৰি আগুৱাই যোৱা)

ৰবাৰ্ট কিঅচাকিয়ে তেওঁৰ কিতাপ খনত কৈছে যে বহুলোকৰ পইছাৰ জ্ঞান আছে কিন্তু তেওঁলোকৰ জীৱনত এনে কিছুমান বাধা আছে যাৰ বাবে তেওঁ সম্পত্তিৰ তালিকাখন ডাঙৰ কৰিব পৰা নাই।ৰবাৰ্টে তেনেকুৱা 5 টা বাধাৰ কথা উল্লেখ কৰিছে –Rich Dad Poor Dad Book Summary in Assamese

1- ভয়ঃ বিশ্বৰ সকলো লোকেই পইছাক লৈ ভয় কৰে। পইছা হেৰুৱাৰ ভয় ধনী লোক সকলৰ মনলৈকো আহে। কিন্ত আচল কথাটো হল যে পইছা লোকচান হোৱাৰ পাছত সেই অৱস্থাৰ পৰা আপুনি কেনেকৈ উলাই আহিব পাৰিব। তাৰ বাবে অতি গুৰুত্বপূৰ্ণ কথাটো হল যে আপুনি আপোনাৰ বিফলতাক কেনেকৈ গ্ৰহণ কৰিছে। ধনী আৰু দুখীয়া লোক সকলৰ মাজত আচল পাৰ্থক্য এইটোৱেই যে তেওঁলোকে বিফলতাৰ লগত কেনেকৈ যুঁজ দিয়ে। 

2- সন্দেহঃ পইছা Invest কৰাৰ সময়ত আমাৰ সকলোৰে মনলৈ এটা Doubt আহে যিয়ে আমাৰ মগজুটো জাম কৰি পেলাই। সকলোৰে মনলৈ প্ৰশ্ন আহে যে যদি মই কৰা Investment খিনি ডুবি যায়, কি হব যদি সকলোবোৰ মই ভবাৰ দৰে নহয়, এনেকুৱা কিছুমান প্ৰশ্ন আৰু Doubt ৰ বাবে আমি ভয় খাও। আমি কিবা কাম এটা কৰা কথা ভাবিলেও তাক আৰম্ভ কৰিব নোৱাৰো। আৰু এনেকৈয়ে বহু সুবিধা আমাৰ সন্মুখৰ পৰা পাৰ হৈ যায় আৰু আমি ৰ লাগি চাই ৰব লগা হয়। 

Rich Dad Poor Dad Book Summary in Assamese

3- এলাহঃ এইটোৱেই আমাৰ সকলোৰে আটাইতকৈ ডাঙৰ শত্ৰু। যিয়ে আমাক কেতিয়াও আগবাঢ়িব নিদিয়ে। ৰবাৰ্টে কৈছে যে যি সকল লোক বেছি ব্যস্ত থাকে সেই সকললোকেই বেছি এলেহুৱা হয়। জীৱনৰ প্ৰতিটো সময় পইছাৰ বাবে কাম কৰা সকলে জানিব লাগে যে যিকোনো বস্তুৰে অতিমাত্ৰাটো বেয়। 

4- বেয়া অভ্যাসঃ ৰবাৰ্টে কৈছে যে যদি আপুনি দুজন ব্যক্তিৰ মাজত তুলনা কৰে তেন্তে আপুনি লক্ষ্য কৰিব যে দুয়োজনৰ অভ্যাসৰ মাজত যথেষ্ট পাৰ্থক্য আছে। লগতে ৰৰ্বাটে কৈছে যে তেওঁ প্ৰথমে নিজৰ ওপৰত Invest কৰে। সেইবাবেই তেওঁ নিজকে Financially আৰু Emotionally শক্তিশালী অনুভৱ কৰে। তেওঁ কব বিচৰা কথাটো হল যে- যেতিয়া প্ৰতিমাহে আপোনাৰ হাতলৈ পইছা আহে তেতিয়া প্ৰথমে Savings বা Investment ৰ পইছা খিনি ৰাখি লওক আৰু তাৰ পাছত বাকী থকা খিনিহে খৰছ কৰক। যদি ধনী হোৱাৰ সপোনা আপোনাৰো আছে তেন্তে কম টকাৰ দৰমহা পালেও এই অভ্যাসটো আপুনি অনুসৰণ কৰিব লাগিব। প্ৰথমে আপুনি নিজক Payment কৰক তাৰ পাছত হে বাকী কামখিনি কৰক। ইয়াৰ ফলত আপোনাৰ দুটা লাভ হব। প্ৰথমে আপোনাৰ Savings বাঢ়িব আৰু দ্বিতীয়তে আপোনাৰ হাতলৈ উপাৰ্জন কৰিবলৈ আৰুি নতুন ৰাস্তা আহিব। আৰু আপুনি তাৰ সুবিধা লব পাৰিব। 

5- অহংকাৰঃ Rich Dad য়ে কৈছে যে কিছু লোকৰ অহংকাৰ বহুত বেছি হয় আৰু সেই অহংকাৰক তেওঁলোকৰ অজ্ঞানতাক ধাকিবলৈ ব্যৱহাৰ কৰে। তেওঁলোকে কয় যে মোৰ ওচৰত যিমান খিনি জ্ঞান আছে মই তাৰ ফলতেই টকা ঘটিব পাৰিছো আৰু যিবোৰ মই নাজোনো তাৰ বাবেই মোৰ লোকচান হৈছে। সেইবাবেই যদি কিবা বিষয়ৰ ওপৰত আপোনাৰ জ্ঞান নাথাকে তেন্তে আপোনাৰ অহংকাৰক কাষত ৰাখি তাক ভালদৰে শিকি লওক আৰু তেতিয়া আপুনি এটা ডাঙৰ লোকচানৰ পৰা বাচিব পাৰিব। 

Rich Dad Poor Dad Book Summary in Assamese

বন্ধুসকল আজি আমি এই লেখাটোত ৰবাৰ্ট কিঅচাকিৰ কিতাপ Rich Dad Poor Dad Book Summary in Assamese ৰ বিষয়ে আলোচনা কৰিলো। কিতাপখনৰ শাৰাংস হল যে- ৰবাৰ্টৰ দুজন দেউতাক আছিল এজন ধনী দেউতাক আৰু আনজন দুখীয়া দেউতাক। আৰু তেওঁৰ জীৱনকালত Rich Dad ৰ পৰা যিখিন কথা শিকিলে সেইখিনি তেওঁ Rich Dad Poor Dad কিতাপখনত উল্লেখ কৰিছে। প্ৰথম কথাটো আমি জানিলো যে- ধনী লোকে কেতিয়াও পইছাৰ বাবে কাম নকৰে। দ্বিতীয়তে আমি জানিলো যে কিয় আমি বিত্তীয় শিক্ষা লব লাগে। তৃতীয়তে আমি আলোচনা কৰিলো যে সদায় নিজৰ কামৰ ওপৰত গুৰুত্ব দিব লাগে। চতুৰ্থতে আমি জানিলো যে- সদায় শিকিবৰ বাবে কাম কৰিব লাগে পইছাৰ বাবে নহয়। শেষত আমি জানিলো যে বাধাসমূহক অতিক্ৰম কৰি কেনেকৈ আগুৱাই যাব লাগে।

বন্ধুসকল আজিৰ Rich Dad Poor Dad Book Summary in Assamese লেখাটোত ইমানতে সামৰিছো। আশা কৰিছো আপোনালোকে Rich Dad Poor Dad Book Summary in Assamese লেখাটো পঢ়ি ভাল পাইছে। অনুগ্ৰহ কৰি লেখাটো আপোনালোকৰ বন্ধুসকলৰ ওচৰলৈ চেয়াৰ কৰি আমাক সহায় কৰে যেন। ধন্যবাদ। 

2 thoughts on “Rich Dad Poor Dad Book Summary in Assamese: The Story of Two Dads in Assamese”

Leave a Comment