RUMAL zubeen lyrics in Assamese Language : In this post we have provide you the best song of zubeengarg Rumal Song lyrics in Assamese language, If you read this post then you will get the RUMAL zubeen lyrics in Assamese. I request you to share this RUMAL zubeen lyrics in Assamese with your friends and loved ones. We have provide you detail lyrics of Rumal Song of Zubeen Garg in Assamese Language.
RUMAL zubeen lyrics in Assamese
এক বিংশ শতিকাৰ প্ৰেম কাহিনী
ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙণি
এক বিংশ শতিকাৰ মোৰ কাহিনী
ৰূমালৰে সাঁচতে স্মৃতি হৈ মৰমী
ৰূমালৰ ভাঁজে ভাঁজে দুখৰে বিননি
ৰূমালত কাহিনী
ৰূমালত জীৱনী
ৰূমালত হুমুনিয়াহ
ৰূমালত উচুপনি
ৰূমাল ৰূমাল ৰূমাল ৰূমাল
এখন ৰঙা ৰূমাল
ৰূমাল ৰূমাল ৰূমাল ৰূমাল
আজিৰ শেঁতা ৰূমাল….
সেই কোন কাহানিত দেখা এযুঁৰি কাজল চকু
মনত পৰিলে আজিও শোকে খুন্দে বুকু
কৃষ্ণ চুড়াৰৰ তলত, স্কুলৰ দুপৰীয়া
ক্লাছৰ ফাকে ফাকে, কতনো উমাল কথা..
লুটিয়াই চালে জীৱনী পাঁও মাথো …..
ৰূমাল ৰূমাল ৰূমাল ৰূমাল….
এখন ৰঙা ৰূমাল
ৰূমাল ৰূমাল ৰূমাল ৰূমাল….
আজিৰ শেতা ৰূমাল…
RUMAL zubeen lyrics in Assamese
শীতৰে সেমেকা এটি আবেলি আছে মনত
হথাতে কাৰুবাক এৰি অহাৰ বেদনা প্ৰাণত …
সিক্ত চকুৰ কাজল,
এধাৰত বিজাত কোমল…
আঁজলি ভৰাই ললো,
সপোন চিকুন কোমল
এ সাগৰ মৰম নিগৰা সেই ৰূমাল …..
ৰূমাল ৰূমাল ৰূমাল ৰূমাল….
এখন ৰঙা ৰূমাল
ৰূমাল ৰূমাল ৰূমাল ৰূমাল….
আজিৰ শেতা ৰূমাল…
এক বিংশ শতিকাৰ প্ৰেম কাহিনী
ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙণি
এক বিংশ শতিকাৰ মোৰ কাহিনী
ৰূমালৰে সাঁচতে স্মৃতি হৈ মৰমী
ৰূমালৰ ভাঁজে ভাঁজে দুখৰে বিননি
ৰূমালত কাহিনী
ৰূমালত জীৱনী
ৰূমালত হুমুনিয়াহ
ৰূমালত উচুপনি
ৰূমাল ৰূমাল ৰূমাল ৰূমাল
এখন ৰঙা ৰূমাল
ৰূমাল ৰূমাল ৰূমাল ৰূমাল
আজিৰ শেঁতা ৰূমাল….
ৰূমাল ৰূমাল ৰূমাল ৰূমাল
এখন ৰঙা ৰূমাল
ৰূমাল ৰূমাল ৰূমাল ৰূমাল
আজিৰ শেঁতা ৰূমাল….
Read More:
- পেটৰ বিষ ভাল কৰাৰ সহজ 10 টা ঘৰুৱা উপায় – 10 Easy Home Remedies for Stomach Pain relief in Assamese
- ফেচবুকৰ পৰা টকা ঘটাৰ 10 টা উপায়- How to earn money from Facebook in Assamese 2022
- Zestmoney এপৰ পৰা লোন কেনেকৈ লব? A to Z শিকো আহক | Apply Zestmoney Personal Loan in Assamese
- Bandhan Bank ৰ পৰা কেনেকৈ লোন লব পাৰিব : Bandhan Bank Personal Loan in Assamese Apply Online
1 thought on “RUMAL Zubeen Lyrics in Assamese – Zubeen Garg Rumal song lyrics in Assamese Language”