বিশ্বকৰ্মা পূজাৰ মহত্ব – আমি কিয় পালন কৰো – Why Vishwakarma Puja is celebrated in Assamese

Why Vishwakarma Puja is celebrated: আমি পালন কৰা বিশ্বকৰ্মা পূজাক বিশ্বকৰ্মা দিৱস বা বিশ্বকৰ্মা জয়ন্তী বুলিও কোৱা হয়। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত উলাহ মালহেৰে বিশ্বকৰ্মা পূজা পালন কৰা হয় । এই দিৱস সমগ্ৰ ভাৰততে ৰীতি-নীতি অনুসৰি পালন কৰা হয়। সৰ্বশ্ৰেষ্ঠ স্থপতিবিদ ভগৱান বিশ্বকৰ্মাক আজিৰ দিনটোত পূজা কৰা হয়। ইতিহাসৰ মতে ভগৱান বিশ্বকৰ্মাক দেৱশিলপী অৰ্থাৎ দেৱতাৰ স্থপতি হিচাপে পূজা কৰা হয়। বিশ্বকৰ্মাক ত্ৰিলোকৰ সৃষ্টিকৰ্তা বুলিও গণ্য কৰা হয়।

Why Vishwakarma Puja is celebrated in Assamese, Vishwakarma Puja Mantra, Importance of Vishwakarma Puja, Vishwakarma Puja Celebration, Vishwakarma Puja Date 2023, vishwakarma jayanti

সকলো দেৱ-দেৱতাৰ অস্ত্ৰ-শস্ত্ৰ, উৰণীয়া ৰথ, ৰাজপ্ৰসাদ বিশ্বকৰ্মাই নিজৰ শক্তিৰে আৰু নিজ হাতেৰে নিৰ্মাণ কৰিছিল। তাৰোপৰি দধিচি ঋষিৰ হাড়ৰ পৰা নিৰ্মিত ইন্দ্ৰৰ যি মহান সেই অস্ত্ৰও ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়।

ফেচবুকৰ পৰা টকা ঘটাৰ 10 টা উপায়- How to earn money from Facebook in Assamese 2022

Why Vishwakarma Puja is celebrated

ভগৱান বিশ্বকৰ্মাক কেৱল স্বৰ্গৰেই নহয়, তেওঁক এই সমগ্ৰ সৃষ্টিৰ সৃষ্টিকৰ্তা বুলি আমি গণ্য কৰো। তেওঁ সত্যযুগত ৰাৱনে বসবাস কৰা সোণৰ লংকা গঢ়ি তুলিছিল, ত্ৰেতা যুগত তেওঁ শ্ৰীকৃষ্ণই বসবাস কৰা দ্বাৰকা নিৰ্মান কৰিছিল আৰু দ্বাপৰা যুগত পাণ্ডৱ আৰু কৌৰৱে বসবাস কৰা হস্তিনাপুৰ নগৰ খনো ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল।

Why Vishwakarma Puja is celebrated in Assamese, Vishwakarma Puja Mantra, Importance of Vishwakarma Puja, Vishwakarma Puja Celebration, Vishwakarma Puja Date 2023, vishwakarma jayanti

বিশ্বকৰ্ম পূজা তাৰিখ 2023 – Vishwakarma Puja Date 2023

2022 চনৰ বিশ্বকৰ্মা পূজা অহা 17 ছেপ্টেম্বৰ, দেওবাৰে পালন কৰা হ’ব।

Zestmoney এপৰ পৰা লোন কেনেকৈ লব? A to Z শিকো আহক | Apply Zestmoney Personal Loan in Assamese

বিশ্বকৰ্মা পূজা উদযাপন -Vishwakarma Puja Celebration

সমগ্ৰ ভাৰতৰ প্ৰায় সকলো কাৰ্যালয়তে বিশ্বকৰ্মা পূজা উদযাপন কৰা হয় যদিও ইয়াক প্ৰধানকৈ অভিযন্তা, স্থপতিবিদ, চিত্ৰশিল্পী, মিস্ত্ৰী, ৱেল্ডিং দোকান, বা কাৰখানাত পালন কৰা হয়। বিশ্বকৰ্মা পূজাৰ দিনটোতে ৰাইজে নিজৰ কাৰখানা আৰু কাৰ্যালয়সমূহ ভালদৰে পৰিষ্কাৰ কৰি ভগৱান বিশ্বকৰ্মাৰ মাটিৰ প্ৰতিমা পূজাৰ বাবে সজাই তোলা হয়। আনকি সকলো মানুহে নিজৰ ঘৰৰ ইলেক্ট্ৰনিক যন্ত্ৰ আৰু গাড়ী-মটৰ চাইকেল আদি ভালদৰে পৰিস্কাৰ কৰি পূজা কৰে।

Why Vishwakarma Puja is celebrated

Why Vishwakarma Puja is celebrated in Assamese, Vishwakarma Puja Mantra, Importance of Vishwakarma Puja, Vishwakarma Puja Celebration, Vishwakarma Puja Date 2023, vishwakarma jayanti

উত্তৰ ভাৰতত এই পূজা অতি উলহ-মালহেৰে পালন কৰা হয়। এই পূজাত “ভগৱান বিশ্বকৰ্মা”ক পূজা কৰা হয়। আজিৰ দিনটোত সকলো ৰাজমিস্ত্ৰী, শিপিনী, অভিযন্তা, শ্ৰমিক, শিল্পী, হাৰ্ডৱেৰ, ইলেক্ট্ৰিচিয়ান, টেকনিচিয়ান, চালক, কাঠমিস্ত্ৰী, ৱেল্ডাৰ, সকলোৱে নিজৰ ঘৰত অতি ধুমধামেৰে বিশ্বকৰ্মা পূজা পালন কৰে। আজিৰ দিনটোত সকলোৱে নিজৰ কাৰখানা, কৰ্মশালাসমূহ পৰিষ্কাৰ কৰে আৰু সকলোৱে বেলুন, ৰঙীন কাগজেৰে সজাই তুলি জাক জমকেৰে এই পূজা পালন কৰে।

Why Vishwakarma Puja is celebrated

Google ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি – How to Earn Money from Google in Assamese within 4 days for free

সকলোৱে ৰাতিপুৱা গা ধুই পূজাস্থলীত ভগৱান বিশ্বকৰ্মাৰ ফটোত মালা অপৰ্ণ কৰে। ধূপকাঠি, চাকি বন্তি জ্বলাই সঁজুলিৰ পূজা কৰে। তাৰ পিছত হাতত ফুল লৈ বিশ্বকৰ্মাক ধ্যান কৰে আৰু প্ৰসাদ আগবঢ়াই ।

Why Vishwakarma Puja is celebrated in Assamese, Vishwakarma Puja Mantra, Importance of Vishwakarma Puja, Vishwakarma Puja Celebration, Vishwakarma Puja Date 2023, vishwakarma jayanti

বিশ্বকৰ্মা পূজাত “অম শ্ৰীসৃষ্টিতায় সৰ্বসিধায় বিশ্বকৰ্মায় নমো নম” মন্ত্ৰ জপ কৰা হয়। হৱন কৰাৰ পিছত আৰতিৰ পাঠ কৰা হয় আৰু তাৰ পিছত সকলোকে প্ৰসাদ দিয়া হয়। সকলোৱে এই পূজাৰ বাবে অপেক্ষা কৰে। আজিৰ দিনটোত ব্যক্তিয়ে দোকান বা কাৰখানাত কাম নকৰে । আজিৰ দিনটোত কেৱল পূজা কৰা হয়। এই পূজাৰ পাছত “ভগৱান বিশ্বকৰ্মা”ৰ প্ৰতিমা স্থাপন কৰা হয়।

বিশ্বকৰ্ম পূজাৰ গুৰুত্ব – Importance of Vishwakarma Puja

আমাৰ সকলোৰে জীৱনত শিল্প কলাৰ যথেষ্ট গুৰুত্ব আছে। আপুনি যদি নতুনকৈ যিকোনো ঘৰ, অট্টালিকা, বা তেনেকুৱা যিকোনো কাম কৰে তাক শিল্প কলা বুলিয়েই ধৰা হয়। নিপুণ কাৰুকাৰ্য্য আৰু জ্ঞানৰ ফলত মানুহে বিশাল অট্টালিকা, দলং, বিমান, ৰেল, ৰাস্তা, জাহাজ, বাহন আদি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। সেইবাবে আমাৰ সকলোৰে জীৱনত কাৰুকাৰ্যৰ বহুতো গুৰুত্ব আছে।

সেইবাবেই আমাৰ জীৱনত বিশ্বকৰ্মা পূজা সদায় অতি গুৰুত্বপূৰ্ণ। মানুহৰ যদি কোনো শিল্প জ্ঞান নাথাকে, তেন্তে তেওঁ কোনো অট্টালিকা বা কোনো ধৰণৰ কাৰিকৰী কাম কৰিব নোৱাৰিব। সেইবাবেই আমি ভগৱান বিশ্বকৰ্মাক “বস্তু শাস্ত্ৰৰ দেৱতা” বুলিও কও। ভগৱান বিশ্বকৰ্মাক আমি “প্ৰথম অভিযন্তা”, “দেৱতাৰ অভিযন্তা” আৰু “যন্ত্ৰৰ দেৱতা” বুলি জানো।

Why Vishwakarma Puja is celebrated

বিষ্ণু পুৰাণত বিশ্বকৰ্মাক “ঈশ্বৰৰ কাঠমিস্ত্ৰী” বুলি কোৱা হৈছে। বিশ্বকৰ্মাক পূজা কৰি বহুতো উপকাৰ পোৱা যায়। ইয়াৰ ফলত ব্যৱসায় উন্নতিৰ শিখৰত আগবাঢ়ি যায়। বিশ্বকৰ্মা পূজাৰ ফলত আপোনাৰ ব্যৱসায় দিনক দিনে বাঢ়ি গৈ থাকিব।

Vishwakarma Puja Mantra in Hindi

ॐ जय श्री विश्वकर्मा प्रभु जय श्री विश्वकर्मा।

सकल सृष्टि के कर्ता रक्षक श्रुति धर्मा ॥1॥

आदि सृष्टि में विधि को, श्रुति उपदेश दिया।

शिल्प शस्त्र का जग में, ज्ञान विकास किया ॥2॥

ऋषि अंगिरा ने तप से, शांति नही पाई।

Why Vishwakarma Puja is celebrated

ध्यान किया जब प्रभु का, सकल सिद्धि आई॥3॥

रोग ग्रस्त राजा ने, जब आश्रय लीना।

संकट मोचन बनकर, दूर दुख कीना॥4॥

जब रथकार दम्पती, तुमरी टेर करी।

सुनकर दीन प्रार्थना, विपत्ति हरी सगरी॥5॥

एकानन चतुरानन, पंचानन राजे।

द्विभुज, चतुर्भुज, दशभुज, सकल रूप साजे॥6॥

ध्यान धरे जब पद का, सकल सिद्धि आवे।

मन दुविधा मिट जावे, अटल शांति पावे॥7॥

श्री विश्वकर्मा जी की आरती, जो कोई नर गावे।

कहत गजानन स्वामी, सुख सम्पत्ति पावे॥8॥

Why Vishwakarma Puja is celebrated

Plzz Follow us on Facebook Click here

Leave a Comment